WATCH | Jamugurihat News : জামুগুৰিহাটৰ জীয়া ভৰলী নদীৰ দলঙত উদ্ধাৰ মহৰ ঠেং
জামুগুৰিহাট,২৩জুন : ৰাজ্যৰ বিভিন্ন স্থানত গো মাংসৰ উদ্ধাৰৰ ঘটনাই চাঞ্চ্যলৰ সৃষ্টি কৰি অহাৰ সময়তে এইবাৰ জামুগুৰিহাটৰ জীয়া ভৰলী নদীৰ দলংৰ ওপৰত আজি পুৱা দুখনকৈ মহৰ ঠেং উদ্ধাৰ হয়।
কোনো দুষ্কৃতিকাৰীয়ে দলঙৰ ওপৰত পেলাই থৈ যায় মহৰ কটা ঠেং দুখন(Jamugurihat News)। কোনে কি কাৰণত এইদৰে মহৰ ঠেং দলংৰ ওপৰত পেলাই গল সেইয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও বন্যপ্ৰাণীৰ চোৰং বেহাৰ লগত জড়িত কোনো লোকে এইদৰে মহৰ ঠেং বান্ধি কঢ়িয়াই নিয়াৰ সময়ত এইদৰে দলংৰ ওপৰত পৰি যোৱাৰ সন্দেহ নুই কৰিব নোৱাৰি৷
লগতে পঢ়ক : WATCH | Naga aggression in Merapani : পুনৰ মেৰাপানীৰ গড়বস্তিত নগাৰ আগ্ৰাসন