Local, Vocal, Global

WATCH | Jamugurihat News : শোণিতপুৰৰ চাৰিদুৱাৰত জব্দ সন্দেহযুক্ত ব্ৰাউন চুগাৰসহ হেৰ’ইন

জামুগুৰিহাট,৬জুন : শোণিতপুৰৰ চাৰিদুৱাৰত জব্দ সন্দেহযুক্ত ব্ৰাউন চুগাৰসহ হেৰ’ইন। লগতে আটক কৰে এজন সৰবৰাহকাৰীক।

চাৰিদুৱাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি কেকোকলি নেপালী গাঁৱত অভিযান চলায় আৰু ব্যক্তিজনৰ বাসগৃহৰ পৰা ২০ গ্ৰাম সন্দেহযুক্ত ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা ব্যক্তিজনৰ নাম ৰুফুল আমিন বুলি জানিব পৰা গৈছে(Jamugurihat News)।

লগতে পঢ়ক : WATCH | Chapar News : চৰকাৰী ধনক লৈ টনা আজোৰা বইটামাৰী প্ৰাথমিক শিক্ষা খণ্ড বিষয়া আৰু বিদ্যালয় কৰ্তৃপক্ষৰ