WATCH | Jakir Hussain Sikdar :‘AIUDF ক বাদ দি বাকী বিৰোধীৰ লগত মিত্ৰতা কৰাত অসুবিধা নাই’
নিউজ ডেস্ক,২৪মে’ : ‘মিত্ৰতাৰ সিদ্ধান্ত হাইকামাণ্ডে ল’ব’
‘AIUDF ক বাদ দি বাকী বিৰোধীৰ লগত মিত্ৰতা কৰাত অসুবিধা নাই’
‘২৬ ত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ’ব’
অখিল গগৈৰ ডেডলাইনক লৈ জাকিৰ হুছেইন শিকদাৰৰ প্ৰতিক্ৰিয়া(Jakir Hussain Sikdar)
লগতে পঢ়ক : WATCH | Goreswar News : এবছুৰ সভাপতি দ্বীপেন বড়োই সংগঠন ত্যাগ কৰি ৰাজনীতি যোগদান কৰিব নেকি?