Jain Sage Acharya Vidhyasagar Maharaj Passes Away : জৈন মুনি আচাৰ্য শ্ৰীবিদ্যাসাগৰ মহাৰাজৰ দেহাৱসান;মহাৰাজৰ মৃত্যুত শোকপ্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

নিউজ ডেস্ক, ১৮ ফেব্ৰুৱাৰী : জৈন মুনি আচাৰ্য শ্ৰীবিদ্যাসাগৰ মহাৰাজৰ দেহাৱসান ।৭৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে জৈন মুনি আচাৰ্য শ্ৰীবিদ্যাসাগৰ মহাৰাজে ।
দেওবাৰে ছত্তীশগড়ৰ ৰাজনন্দগাঁও জিলাৰ ডংগৰগড়ৰ চন্দ্ৰগীৰি তীৰ্থত ‘ছালেখানা’ৰ পাছত প্ৰখ্যাত জৈন সন্ত আচাৰ্য বিদ্যাসাগৰ মহাৰাজে শেষ নিশ্বাস ত্যাগ কৰে(Jain Sage Acharya Vidhyasagar Maharaj Passes Away)।
মহাৰাজৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোডীয়ে আচাৰ্য শ্ৰী ১০৮ বিদ্যাসাগৰ মহাৰাজজীৰ মৃত্যুক দেশৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে। আচাৰ্য বিদ্যাসাগৰ আচাৰ্য জ্ঞানসাগৰৰ শিষ্য আছিল(Jain muni Acharya Vidhyasagar Maharaj passes away at 77)।
লগতে পঢ়ক : One Women Arrested With Drugs : এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে মহিলা