Watch | Jagiroad police: জাগীৰোড আৰক্ষীৰ বৃহৎ সফলতা

জাগীৰোড : জাগীৰোড আৰক্ষীৰ বৃহৎ সফলতা ৷
জাগীৰোডত বৃহৎ পৰিমানৰ ড্ৰাগছ সহ মহিলা আটক ৷
আটকাধীন মহিলা গৰাকী মণিপুৰৰ ২৫ বছৰীয়া চুফিয়া ৷
মহিলাগৰাকীৰ পৰা জব্দ 104.5 গ্ৰাম হেৰ’ইন ৷
চুফিয়াই নিজৰ গাত মেৰিয়াই আনিছিল ড্ৰাগছ ভৰ্তি ৯ টাকৈ চাবোনৰ বাকচ ৷
জাগীৰোড ৰেল ষ্টেচনৰ ওচৰত ঘুৰি ফুৰিছিল মহিলাগৰাকী ৷
জব্দকৃত হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৫ কোটি টকা বুলি ধাৰণা আৰক্ষীৰ ৷
লগতে পঢ়ক: Watch | North Guwahati fire: নিশা উত্তৰ গুৱাহাটী ৰংমহল নাজিৰাখাটত ভয়ংকৰ অগ্নিকাণ্ড