Jagiroad News: মৰিগাঁও জিলা শাখাৰ ৪৮ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি অন্তিত দিন
জাগীৰোড,২ফেব্ৰুৱাৰী : জাগীৰোডত শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ ৪৮ সংখ্যক বাৰ্ষিক অধিৱেশনৰ শেষৰ দিনা ভাগৱত আৰু বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা(Jagiroad News)।
শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ বিভিন্ন আঞ্চলিকৰ পৰা অহা ভক্তপ্ৰাণ লোক সকলে এই ভাগৱত আৰু বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ৷