WATCH | Jagiroad News : জাগীৰোডৰ আমলিঘাট বামুণগাঁৱত অঘটন
জাগীৰোড,২জুন : জাগীৰোডৰ আমলিঘাট বামুণগাঁৱত অঘটন।
খালত জমা হোৱা বাঢ়নী পানীত ডুব গৈ মৃত্যু এজন কিশোৰৰ।
মৃত কিশোৰটি প্ৰায় ১৪ বছৰীয়া মানস বজগাই।
জাগীৰোডৰ জ্যোতি নিৱাস হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ আছিল মানস(Jagiroad News)।
সমনীয়াৰ সৈতে খেলি থকাৰ মাজতে সংঘটিত হয় এই অঘটন ৷
বৰ্তমান সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজমান ৷
লগতে পঢ়ক : WATCH | Sonari News : সোণাৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অশুভ শক্তি