Local, Vocal, Global

WATCH | Jagiroad News : জাগীৰোড আৰক্ষীৰ জালত আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰ

জাগীৰোড,১৬মাৰ্চ : জাগীৰোড আৰক্ষীৰ বৃহৎ সফলতা।

জাগীৰোড আৰক্ষীৰ জালত আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰ।

আটকাধীন মণিপুৰ ৱেষ্ট ইম্ফলৰ নোংমাইথেম বিশোৰজিত সিং আৰু অইনাম উমাকান্ত সিং।

দিল্লীৰ অশোক বিহাৰ অঞ্চলৰ পৰা চুৰি হৈছিল UP 16DX 8787 নম্বৰৰ KIA বাহনখন।

সোণাপুৰৰ টোলগট অতিক্ৰম কৰাৰ খবৰ লাভ কৰি জাগীৰোডত আৰক্ষীয়ে আটক কৰে চক্ৰটোক(Jagiroad News)।

দুই অভিযুক্তক শিলিগুড়িত বাহনখন হস্তান্তৰ কৰিছিল আন এটা গাড়ী চুৰি চক্ৰই।

জানিব পৰা মতে জাগীৰোডলৈ ৰাওনা হৈছে দিল্লী আৰক্ষীৰ এটা দল।

লগতে পঢ়ক : WATCH | Rangia News : ৰঙিয়া জয়ন্তীপুৰৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত নলিনী শৰ্মা দেৱৰ স্মৃতিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি