WATCH | Jagiroad News: জাগীৰোডৰ কুমৈ আঞ্চলিক যুৱক সংঘৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন
জাগীৰোড,৯মাৰ্চ : জাগীৰোডৰ কুমৈ আঞ্চলিক যুৱক সংঘৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন ৷
দুদিনীয়াকৈ উদযাপন কৰা সোণালী জয়ন্তী বৰ্ষৰ শেষৰ দিনা উলিওৱা হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা(Jagiroad News)৷
সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰে তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য খগেন চন্দ্ৰ বৰদলৈয়ে ৷
বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰে জাকজমক হৈ পৰে সাংস্কৃতিক শোভাযাত্ৰা ৷
লগতে পঢ়ক : WATCH | Mangaldoi News: BJP মণ্ডল সভাপতিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ