Local, Vocal, Global

RATH YATRA LIVE : পুৰীৰ জগন্নাথৰ পৰা ৰথযাত্ৰাৰ পোণপটীয়া সম্প্ৰচাৰ

নিউজ ডেস্ক, ২০জুন : আজিৰে পৰা আৰম্ভ হৈছে জগন্নাথ ৰথ যাত্রা। জগন্নাথ ৰথ যাত্রাত হাজাৰ হাজাৰ ভক্ত ভিৰ কৰা পৰিলক্ষিত হৈছে(Jagannath Rath Yatra)।

এই ৰথ যাত্ৰা অনুষ্ঠানৰ বাবে সমগ্ৰ দেশতে এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। দেশৰ ভিতৰতে গুজৰাট, উৰিষ্যা আৰু আন আন প্ৰান্ততো ৰথ যাত্ৰা পালন কৰা হৈছে (Jagannath Rath Yatra Devotees Gather In Huge Numbers For Rath Yatra)।

ৰথ যাত্ৰা উপলক্ষ্যে প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰযোগে শুভেচ্ছা জ্ঞাপন কৰে সকলোকে।প্ৰধানমন্ত্ৰীয়ে টুইট কৰি শুভেচ্ছা জ্ঞাপন কৰে যে, ৰথ যাত্ৰাৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।ভগৱান জগন্নাথে সকলোৰে সুস্বাস্থ্য,সুখ আৰু সমৃদ্ধি দিয়ে যাতে।

উল্লেখ্য যে, ভগৱান জগন্নাথৰ ৰথৰ ওজন ২৮০ টনৰ পৰা ৩০০ টন আৰু উচ্চতা ৪৫.৬ ফুট। ২০০ ৰ পৰা ৩০০ টন ওজনৰ তিনিখন ৰথ গুণ্ডিচা মন্দিৰলৈ ২.৫ কিলোমিটাৰ বাৰ্ষিক ৰথ যাত্ৰাৰ বাবে সাজু কৰা হৈছে(Rath Yatra)।

লগতে পঢ়ক : Ambubachi Mela : অম্বুবাচী মেলালৈ মাজত মাত্ৰ এটা দি