WATCH | International Yoga Day : আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস

নগাঁও,২১জুন : আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস।
নগাঁৱতো যোগ দিৱসৰ আয়োজন কৰা হয়।
নগাঁৱৰ আৰক্ষী চাউনীত আয়োজন কৰা হয় উক্ত অনুষ্ঠানটিৰ ।
এইবাৰ যোগ দিৱসৰ মূল মন্ত্ৰ হৈছে এক বিশ্ব এক স্বাস্থ্যৰ বাবে যোগ(International Yoga Day)।
উল্লেখ্য যে এই যোগ দিৱসৰ কাৰ্য্যসূচীত নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মা , নগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, মন্ত্ৰী কেশৱ মহন্ত লগতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকি যোগ দিৱসত অংশগ্ৰহণ কৰে।
লগতে পঢ়ক : WATCH | International Yoga Day : গোৰেশ্বৰৰ বেঙেনাআটী সত্ৰসভা প্ৰেক্ষাগৃহত আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস