WATCH | International Yoga Day : দেৰগাঁও দক্ষিণ উন্নয়ন খণ্ড কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত দেৰগাঁও সমজিলা ভিত্তিত যোগ দিৱস
দেৰগাঁও,২১জুন : আজি আন্তৰ্জাতিক যোগ দিৱস। দেৰগাঁও দক্ষিণ উন্নয়ন খণ্ড কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত দেৰগাঁও সমজিলা ভিত্তিত যোগ দিৱস অনুষ্ঠিত কৰা হয়।
উক্ত কাৰ্যসূচীত উপস্থিত থাকে দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰনাথ ভড়ালী,দেৰগাঁও সমজিলাৰ আয়ুক্ত ৰস্মি বৰুৱা গগৈ,দেৰগাঁও সমজিলাৰ মুখ্য আৰক্ষী বিষয়া বিক্ৰম জিৎ বৰুৱাকে আদি কৰি বহু কেইজন গণ্যমান্য ব্যক্তি(International Yoga Day)।
লগতে পঢ়ক :WATCH | International Yoga Day : জাগীৰোডৰ ছগ্ৰাচলত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন