WATCH | International Workers’ Day : মঙলদৈত দৰং জিলা নিৰ্মাণ শ্ৰমিক সন্থাই দিনজোৰা কাৰ্যসূচীৰে পালন কৰে শ্ৰমিক দিৱস
মঙলদৈ,১মে’ : আজি আন্তজাৰ্তিক মে’ দিৱস। ৰাজ্যজুৰি পালন শ্ৰমিক দিৱস।
সমান্তৰালভাৱে মঙলদৈত দৰং জিলা নিৰ্মাণ শ্ৰমিক সন্থাই দিনজোৰা কাৰ্যসূচীৰে পালন কৰে শ্ৰমিক দিৱস।
ৰাতিপুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কৰি শতাধিক নিৰ্মাণ শ্ৰমিকে মঙলদৈ চহৰৰ মাজেৰে শোভাযাত্ৰা উলিয়াই(International Workers’ Day)।
বহু বছৰ ধৰি শ্ৰমিক সকলৰ বকেয়া ধন মোকলাই দিবলৈ শ্ৰমিক দিৱসৰ দিনাই অনুৰোধ জনায় মুখ্যমন্ত্ৰীক।
লগতে পঢ়ক : WATCH | HS Result : বৰপেটা বহৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে স্নেহা দেৱানে