Local, Vocal, Global

WATCH | International Women’s Day 2025: নাৰী দিৱসৰ দিনাই ভাল খবৰ লাখ লাখ মহিলাৰ বাবে

নিউজ ডেস্ক,৮মাৰ্চ : নাৰী দিৱসৰ দিনাই ভাল খবৰ লাখ লাখ মহিলাৰ বাবে।

লাখ লাখ মহিলাই প্ৰতিমাহে পাব ২৫০০ টকা(International Women’s Day 2025)।

কেবিনেটত মহিলা সন্মান আঁচনিৰ অনুমোদন।

দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই মহিলাসকলক দিব এই সুবিধা।

বছৰি ২.৫০ লাখতকৈ কম উপাৰ্জন কৰা পৰিয়ালে পাব এই আঁচনিৰ সুবিধা।

কেবিনেটৰ সিদ্ধান্তৰ পিছতেই দিল্লীবাসীৰ মাজত আনন্দ।

প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পূৰণ কৰিলে বিজেপিয়ে।

দৰিদ্ৰ মহিলাক সকাহ দিবলৈ কেবিনেটত অনুমোদন মহিলা সন্মান আঁচনি।

দিল্লীৰ প্ৰায় ১৭-১৮ লাখ মহিলাৰ একাউন্টত সোমাব ২৫০০ কৈ টকা।

প্ৰতিটো পৰিয়ালৰ এগৰাকী মহিলাইহে লাভ কৰিব এই ধন।

২১-৬০ বছৰ বয়সৰ মহিলাই লাভ কৰিব চৰকাৰৰ ২৫০০ টকা।

পেঞ্চন লাভ কৰা মহিলাই নাপাব মহিলা সন্মান আঁচনিৰ ধন।

লগতে পঢ়ক :WATCH | International Women’s Day 2025: বিশ্বনাথত বিজেপিৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন