WATCH | International Women’s Day 2025: বিশ্বনাথত বিজেপিৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

বিশ্বনাথ,৮মাৰ্চ : আজি আন্তৰ্জাতিক নাৰী দিৱস ৷ সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথত বিজেপিৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন।
বিশ্বনাথৰ বালিপুখুৰীৰ উত্তৰ পূৱ দিবাংগ আৱাসিক বিদ্যালয়ৰ প্ৰাংগনত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত আৰু বিশ্বনাথ জিলাৰ মহিলা মৰ্চাৰ সহযোগত বিশ্বনাথ সমষ্টি ভিত্তিত ৯টা মণ্ডলৰ সহযোগত আন্তৰ্জাতিক মহিলা দিৱস উদযাপন ৷ স্বাৱলম্বী বহুকেই গৰাকী নাৰীক সম্বৰ্দ্ধনা জনোৱা হয়৷ উক্ত কাৰ্যসূচীত বহুকেইজন গণ্যমান্ ব্যক্তি আৰু মহিলা উপস্থিত থাকে(International Women’s Day 2025)৷
লগতে পঢ়ক :WATCH | International Women’s Day 2025: বিশেষভাৱে সক্ষম এগৰাকী মহিলাৰ জীৱন সংগ্ৰাম