Local, Vocal, Global

WATCH | International Women’s Day 2025: বঙাইগাঁও জিলাৰ অভয়াপুৰীত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

অভয়াপুৰী,৮মাৰ্চ : আজি আন্তৰ্জাতিক নাৰী দিৱস। সমগ্ৰ বিশ্বৰ লগতে বঙাইগাঁও জিলাৰ অভয়াপুৰীত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন।

অভয়াপুৰী ধৰ্মপুৰ মহিলা সমাজৰ উদ্যোগত অভয়াপুৰী ধৰ্মপুৰ ৰাসপথাৰত অনুষ্ঠিত হয় আন্তৰ্জাতিক নাৰী দিৱসৰ কাৰ্যসূচী।

নাৰী দিৱস উপলক্ষে পতাকা উত্তোলনৰ পিছতেই মহিলা সকলৰ মাজত খেল-ধেমালিকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়(International Women’s Day 2025)।

লগতে পঢ়ক : WATCH | Rakibul Hussain : চামগুৰিৰ পুৰণিগুদাম মুঢ়ানিৰ প্ৰণৱজ্যোতি বৰাৰ ঘৰত উপস্থিত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন