Infestation of drunk youth in Guwahati : গুৱাহাটীৰ জয়ানগৰত নিচাসক্ত যুৱকৰ তাণ্ডৱ
নিউজ ডেস্ক,২৯আগষ্ট : গুৱাহাটীৰ জয়ানগৰত নিচাসক্ত যুৱকৰ তাণ্ডৱ। চোকা অস্ত্ৰ লৈ শান্তি পথত যুৱকৰ তাণ্ডৱ । নিচাসক্ত যুৱকজন অজয় গুপ্তা বুলি চিনাক্ত কৰা হৈছে ।
জানিব পৰা মতে,বিগত ৫ দিন ধৰি অঞ্চলটোত অশান্তিৰ সৃষ্টি কৰি আহিছিল যুৱকজনে। দিনৰ ভাগতো হাতত অস্ত্ৰ লৈ কেইবাখনো দোকানত কৰিছিল ধন দাবী। ধন নিদিলে আক্ৰমণ কৰাৰ ভাবুকি দিছিল যুৱকজনে।
ঘৰৰ পৰিয়ালৰ লগতে অঞ্চলটোৰ বাসিন্দাকো দিছিল প্ৰাণে মৰাৰ ভাবুকি। তাৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ(Infestation of drunk youth in Guwahati)।
লগতে পঢ়ক : Police Encounter : ATM চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী