Local, Vocal, Global

Independence Day 2024: কোকৰাঝাৰত পতাকা উত্তোলন BTR প্ৰধান প্ৰমোদ বড়োৰ

নিউজ ডেস্ক,১৫আগষ্ট : আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস। দেশে উলহ–মালহেৰে উদযাপন কৰিছে ৭৮ সংখ্যক স্বাধীনতাৰ দিন।

কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত আজি স্বাধীনতা দিৱস উদযাপন কৰা হয়। কোকৰাঝাৰত পতাকা উত্তোলন BTR প্ৰধান প্ৰমোদ বড়োৰ(Independence Day 2024)।

ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছতে বড়োৱে আৰক্ষী,এনচিচি আৰু বিভিন্ন বিদ্যালয়ৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে।N

লগতে পঢ়ক : ULFA (i) confesses to planting bombs at 19 places in the state : ৰাজ্যৰ ১৯টা স্থানত বোমা সংস্থাপন কৰা বুলি দাবী আলফা (স্বাঃ)ৰ