Local, Vocal, Global

বিশ্ব কৰ্মা পূজাৰ দিনাই আই আই টি গুৱাহাটীত অঘটন

নিউজ ডেস্ক : হোষ্টেলৰ কোঠাত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (IIT)ৰ এজন ছাত্ৰ।

Soorya Narayan Premkishore বুলি চিনাক্ত কৰা মৃত যুৱকজনক আই আই টি গুৱাহাটীৰ বি টেকৰ ডিজাইনিঙৰ শিক্ষাৰ্থী আছিল।

উমিয়াম হোষ্টেলৰ আবাসী আছিল শিক্ষাৰ্থী জন ।

তেওঁ চৰম পদক্ষেপ লোৱাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

খবৰ অনুসৰি, কেৰালাৰ বাসিন্দা যুৱকজনক তেওঁৰ হোষ্টেলৰ কোঠাত ওলমি থকা অৱস্থাত পোৱা গৈছিল। অৱশ্যে কোনো চুইচাইড নোট উদ্ধাৰ কৰা হোৱা নাছিল।