Local, Vocal, Global

Watch | In response to cm’s call, dergaon purvanchali public Rongali Bihu festival postponed: মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেৰগাঁও পূৰ্বাঞ্চলিক ৰাজহুৱা ৰঙালী বিহু উৎসৱ স্থগিত কৰা হয়

দেৰগাঁও: মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেৰগাঁও পূৰ্বাঞ্চলিক ৰাজহুৱা ৰঙালী বিহু উৎসৱ স্থগিত কৰা হয় ।১০ আৰু ১১ মে’ অনুষ্ঠিত হ’ব লগা আছিল ৰঙালী বিহু উৎসৱ ভাগি। সংবাদ মাধ্যমৰ যোগেদি এই সিদ্ধান্ত অৱগত কৰে অষ্টম বাৰ্ষিক দেৰগাঁও পূৰ্বাঞ্চলিক ৰাজহুৱা ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ বিষয়ববীয়া সকলে। দেৰগাঁও বৰুৱা বামুন গাঁও গাওঁ পঞ্চায়তৰ সভাগৃহত অনুষ্ঠিত হয় এই সংবাদ মেল।পৰবৰ্তী যি সিদ্ধান্ত গ্ৰহণ কৰিব সেই বিষয়ে সংবাদ মাধ্যমৰ যোগেদি অৱগত কৰিব বুলি উল্লেখ কৰে উদযাপন সমিতিৰ বিষয়ববীয়া সকলে