Local, Vocal, Global

Dibrugarh News:ডিব্ৰুগড়ত মুকলিকৈ চলিছে মদ-জুৱাৰ আড্ডা

ডিব্ৰুগড়,২৩জানুৱাৰী : ডিব্ৰুগড়ত মুকলিকৈ চলিছে মদ-জুৱাৰ আড্ডা।

সদৰ থানাৰ সমীপতে জুৱাৰ বৃহৎ ঘাটি(Dibrugarh News)।

সাংবাদিকৰ কেমেৰা দেখি পলায়ন জুৱাৰীৰ(Illicit Liquor and Gambling Operations Continue Unabated in Dibrugarh)।

মুকলি চলা অনৈতিক কার্যকলাপত অতিষ্ঠ ৰাইজ।

লক্ষণীয় যে ডিব্ৰুগড় সদ থানাৰ গাতে লাগি থকা স্থান সমূহত কাঠ ফুলাৰ দৰে গঢ় লৈ উঠা টি’ৰ খেলকে ধৰি মদ জোৱাৰ আদি ঘাটি সমূহ উৎসাত কৰিব নোৱাৰাটো আৰক্ষী তথা প্ৰশাসনৰ ভূমিকা সন্দেহ জনক।

লগতে পঢ়ক :Jagiroad News:জাগীৰোডৰ এগৰাকী দুৰ্ভগীয়া বিধৱা মহিলাৰ হিয়াভঙা কান্দোন