Local, Vocal, Global

Illegal liquor seized at Baihata : বাইহাটা চাৰিআলিত জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

নিউজ ডেস্ক,১৫জুন : শুকুৰবাৰে নিশা কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত বালিকুচিৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয়। সুৰা জব্দ কৰাৰ লগতে অনুজ্ঞাপত্ৰ অবিহনে দীৰ্ঘদিন ধৰি অবৈধ সুৰাৰ ৰমৰমীয়া ব্যাৱসায় চলাই থকা প্ৰদীপ ডেকাক আটক(Illegal liquor seized at Baihata) ।

উল্লেখ কৰা প্ৰয়োজন যে স্থানীয় আৰক্ষীয়ে গোপন সূত্ৰে লাভ কৰা খবৰৰ ভিত্তিত নিশা এই অভিযান চলাইছিল। অভিযুক্ত ডেকাক সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা চলাই আছে(Illegal liquor seized at Baihata)।

লগতে পঢ়ক : Foreign cigarettes seized in Lumding : লামডিং ৰে’লৱে জংচনত জব্দ বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট