Local, Vocal, Global

IAS Preeti Sudan appointed new UPSC chairperson : কেন্দ্ৰীয় লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ নিযুক্তি

নিউজ ডেস্ক,৩১জুলাই : কেন্দ্ৰীয় লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ নিযুক্তি । প্ৰাক্তন কেন্দ্ৰীয় স্বাস্থ্য সচিব প্ৰীতি চোদানক নতুন অধ্যক্ষ হিচাপে নিযুক্তি । ১আগষ্ট ২০২৪ বৃহস্পতিবাৰে UPSCৰৰ সদস্য প্ৰীতি চোদান এই পদৰ দায়িত্ব ল’ব(Preeti Sudan, former union health secretary, appointed as UPSC chairperson)।

প্ৰীতি চোদান ১৯৮৩বেটচৰ আই এছ বিষয়া আছিল(IAS Preeti Sudan appointed new UPSC chairperson)।

২০২৫ৰ এপ্ৰিলৰ লৈকে ইউ পি এছ চিৰ অধ্যক্ষ হৈ থাকিব তেওঁ । পূৰ্বতে তেওঁ কেন্দ্ৰীয় খাদ্য মন্ত্ৰণালয়ৰ সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। UPSCৰ অধ্যক্ষ হোৱা চোদান হ’ল দ্বিতীয়গৰাকী মহিলা।

লগতে পঢ়ক : Jumbo Kills Mahout at Pobitra Wildlife Sanctuary : পবিতৰাত হাতীৰ আক্ৰমণত মৃত্যু মাউতৰ