WATCH | Hyderabad Fire Tragedy: হায়দৰাবাদত বিধ্বংসী অগ্নিকাণ্ড
নিউজ ডেস্ক,১৮মে’ : হায়দৰাবাদত বিধ্বংসী অগ্নিকাণ্ড।
অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৮জনকৈ লোক।
আহত কেইবাজনো(Hyderabad Fire Tragedy)।
অগ্নিনিৰ্বাপক বাহিনীৰ ১১ খনকৈ বাহনেৰে জুই নিৰ্বাপণ।
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : ‘গৌৰৱ গগৈয়ে পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিছে’