Local, Vocal, Global

Husband-Wife Duo Arrested for Drug Smuggling : মহানগৰী আমিনগাঁৱত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ,আটক মহিলা সৰবৰাহকাৰী

নিউজ ডেস্ক, ৪ মাৰ্চ : পুনৰ মহানগৰীত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ ।

এইবাৰ মহানগৰী আমিনগাঁৱত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ । সোমবাৰে আমিনগাঁৱত STFৰ বাহিনীয়ে অভিযান চলাই ৷ STFপৰিদৰ্শক কপিল পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান ৷ অভিযানত জব্দ কৰে কোটি টকা মূল্যৰ ড্ৰাগছ ৷ ১২টা চাবোনৰ কেচত জব্দ কৰে ড্ৰাগছখিনিৰ । জব্দকৃত ড্ৰাগছ ওজন ১৩৯ গ্ৰাম( Husband-Wife Duo Arrested for Drug Smuggling; Heroin Seized) ৷

জানিব পৰা মতে,বাছেৰে লখৰাৰ পৰা ৰঙিয়া অভিমুখে আহিছিল সৰবৰাহকাৰী ৷সেই সময়তে STFৰ বাহিনীয়ে ড্ৰাগছসহ আটক কৰে খাৰছেদ আলী আৰু হামিদা বেগমক নামৰ দুই সৰবৰাহকাৰীক(Husband-Wife Arrested For Peddling Drugs In Guwahati) ৷

লগতে পঢ়ক : Sensational Incident : পৰকীয়া প্ৰেমৰ বাবে হত্যা স্বামীক !