Local, Vocal, Global

Husband of Guwahati AAP Councillor Masuma Begum Defects To BJP : কামৰূপ মহানগৰ আম আদমী পাৰ্টিত খহনীয়া

নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰী : আম আদমী পাৰ্টীত ব্য়াপক খহনীয়া । সমাগত লোকসভা নিৰ্বাচন । নিৰ্বাচন পূৰ্বে ৰাজনৈতিত দল সমূহত খহনীয়তা ।

এইবাৰ কামৰূপ মহানগৰ আম আদমী পাৰ্টীত খহনীয়া(Husband of Guwahati AAP Councillor Masuma Begum Defects To BJP) ।

AAPৰ একমাত্ৰ পাৰিষদ মাচুমা বেগমৰ স্বামী বাবুল চহৰীয়াৰ বিজেপিত যোগদান

বিজেপিমুখী ৪২নং ৱাৰ্ডৰ প্ৰায় ৩০০ ‘আপ’ কৰ্মী

‘আপ’ৰ ৰাজ্যিক সাংগঠনিক সম্পাদক জয়ন্ত শইকীয়া,GMC সমিতিৰ সভাপতি সূৰুয কুমাৰ দাসৰো বিজেপিত যোগদান ।

লগতে পঢ়ক : At least 14 dead after open-pit gold mine collapses : সোণৰ খনি ভাঙি মৃত্যু ১৪ জনতকৈ অধিক লোকৰ,আহত ১১ জন