Husband brutally kills wife: স্বামীয়ে নৃশংসভাৱে হত্যা কৰিলে পত্নীক

নিউজ ডেস্ক,১৬ফেব্ৰুৱাৰী : গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড।
বামুণীমৈদামৰ পিছত এইবাৰ উলুবাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড ।
স্বামীয়ে নৃশংসভাৱে হত্যা কৰিলে পত্নীক। পত্নীক হত্যা কৰি পল্টনবজাৰ আৰক্ষী থানাত আত্মসমৰ্পণ ঘাতক স্বামীৰ(Husband brutally kills wife)।
পাষাণ স্বামীৰ হাতত প্ৰাণ গ’ল শ্ৰেয়া ভট্টাচাৰ্য শৰ্মাৰ।
স্বামী ৰুবুল শৰ্মাই সংঘটিত কৰে এই নৃশংস হত্যাকাণ্ড।
দুবছৰীয়া এটি কন্যা সন্তান আছিল হত্যাকাৰী ৰুবুলৰ।
পাৰিবাৰিক কন্দলৰ বাবে লোহৰ ৰদৰে মৰিয়াই মৰিয়াই হত্যা কৰে পত্নী শ্ৰেয়াক।
লগতে পঢ়ক :Missing student in Sivasagar: শিৱসাগৰত নিৰুদ্দেশ সপ্তম শ্ৰেণীৰ ছাত্ৰ