Watch | Huge success of Sarbhog Police: সৰভোগ আৰক্ষীৰ বৃহৎ সফল্য
সৰভোগ: সৰভোগত গাঞ্জা সৰহবৰাকাৰী আটক। এক গোপন সূত্ৰ পম খেদি সৰভোগ আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ গাঞ্জাসহ আটক কৰে সৰহবৰাকাৰীক। সৰভোগৰ ৰেলৱে ষ্টশ্বনৰ কাষতে এটা ঘৰৰ পৰা উদ্ধাৰ কৰে বুজন পৰিমাণৰ গাঞ্জা। আটক কৰা যুৱকজন হৈছে বায়ানপাৰা গাৱৰ নালাডিপ নাথ। দীৰ্ঘদিনৰ পৰা চলাই আছে অবৈধ গাঞ্জা ব্যৱসায়।