Local, Vocal, Global

Python recovered in Dibrugarh: ডিব্ৰুগড়ত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

ডিব্ৰুগড়,৭ডিচেম্বৰ : ডিব্ৰুগড় চহৰত প্ৰকাণ্ড অজগৰ উদ্ধাৰ।ডিব্ৰুগড় চহৰৰ থানা চাৰি আলিস্থিত ৰাষ্ট্ৰীয় ঘাইপথ চক্ৰ বিষয়া কাৰ্যালয়ত উদ্ধাৰ প্ৰকাণ্ড অজগৰটো(Python recovered in Dibrugarh)।

স্থানীয় লোকে প্ৰকাণ্ড অজগৰডালক প্ৰত্যক্ষ কৰি বনবিভাগক খবৰ দিয়ে।লগে লগে ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হৈ অজগৰডালক উদ্ধাৰ কৰে আৰু জকাই সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে।

অজগৰডালৰ দৈৰ্ঘ্য অছিল প্ৰায় ১০ ফুট(Huge python weight of 10 kgs recovered in Dibrugarh)।

লগতে পঢ়ক :Theft in Sipajhar: ছিপাঝাৰৰ শ্ৰীশ্ৰী পদ্মাথান দেৱালয়ত চুৰিকাণ্ড