Local, Vocal, Global

HSLC Exam 2025 : পৰীক্ষা গৃহত সময়মতে নাহিল প্ৰশ্নকাকত;প্ৰশ্নকাকত আহি নোপোৱাক লৈ উত্তেজনাময় পৰিস্থিতি

গোৰেশ্বৰ,১৫ফেব্ৰুৱাৰী : পৰীক্ষা গৃহত সময়মতে নাহিল প্ৰশ্নকাকত।পৰীক্ষা আৰম্ভৰ সময় পাৰ হৈ যোৱাৰ পাছতে নাহিল প্ৰশ্নকাকত।প্ৰশ্নকাকত আহি নোপোৱাক লৈ উত্তেজনাময় পৰিস্থিতি।

গোৰেশ্বৰৰ সমীপৱৰ্তী কামৰূপৰ গাছবাৰী হাইস্কুল পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছে এই অঘটন। ৯.৩০ বজালৈ পৰিক্ষাৰ্থীয়ে নাপালে প্ৰশ্ন কাকত।স্থানীয় ৰাইজ অতিষ্ঠ হৈ প্ৰহাৰ কৰে প্ৰধান শিক্ষকক।গাছবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক অশোক চৌধুৰীক প্ৰহাৰ কৰে স্থানীয় ৰাইজে। প্ৰধান শিক্ষকৰ গাফিলতিৰ বাবে এনে পৰিস্থিতি হোৱা অভিযোগ(HSLC Exam 2025)।

লগতে পঢ়ক:Maha Kumbh Accident: প্ৰয়াগৰাজৰ ত্ৰিৱেণী সংগমত স্নান কৰিবলৈ যোৱাৰ পথত শোকাৱহ দুৰ্ঘটনা