HSLC Candidate in Faints During Exam, Succumbs at Hospital Later : ছিপাঝাৰত আকস্মিক মৃত্যু এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীৰ
নিউজ ডেস্ক, ১৯ ফেব্ৰুৱাৰী : অকালতে মৰহি গ’ল এগৰাকী ছাত্ৰী । ছিপাঝাৰত আকস্মিক মৃত্যু এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীৰ (HSLC Candidate in Faints During Exam, Succumbs at Hospital Later)।
১৬ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা মেট্ৰিক পৰীক্ষা প্ৰথম দিনাই পৰীক্ষাৰ সময়ত মূৰ্ছা গৈছিল ছাত্ৰী গৰাকী। তাৰ পিছত GMCHত ভৰ্তি কৰোৱা হয় ছাত্ৰীগৰাকীক(HSLC Candidate Faints During Exam) । তিনিদিন জি এম চি এইচত চিকিৎসাধীন হৈ থকাৰ পাছতো দেওবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে ছাত্ৰী গৰাকীয়ে । ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছিল অনন্যা(HSLC Candidate Faints During Exam, Dies at Hospital Later)৷
অনন্যাৰ মৃত্যুত এতিয়া ছিপাঝাৰৰ মাৰৈ গাঁৱত শোকৰ ছাঁ বিৰাজ কৰিছে।
লগতে পঢ়ক : 17 year old girl went missing : মহানগৰীৰ ৰূপনগৰৰ পৰা নিৰুদ্দেশ কিশোৰী