HSLC 2025 examination schedule released: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা

নিউজ ডেস্ক,২৫নৱেম্বৰ : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা। ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈ অনুষ্ঠিত হ’ব পৰীক্ষা। পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ হ’ব পৰীক্ষা।
Assam State School Education Boardয়ে প্ৰকাশ কৰিলে HSLCৰ পৰীক্ষা সময়সূচী।
১৫ ফেব্ৰুৱাৰী ২০২৫- পুৱা ৯ বজাত- ইংৰাজী
১৭ ফেব্ৰুৱাৰী ২০২৫- পুৱা ৯ বজাত- MIL
২১ ফেব্ৰুৱাৰী ২০২৫- পুৱা ৯ বজাত- সাধাৰণ গণিত
২২ ফেব্ৰুৱাৰী ২০২৫- পুৱা ৯ বজাত- ঐচ্ছিক বিষয়, দুপৰীয়া ১:৩০ বজাত- ঐচ্ছিক বিষয়
২৪ ফেব্ৰুৱাৰী ২০২৫- পুৱা ৯ বজাত- সাধাৰণ বিজ্ঞান
২৫ ফেব্ৰুৱাৰী ২০২৫- পুৱা ৯ বজাত- ফাইন আৰ্ট(ঐচ্ছিক), দুপৰীয়া ১:৩০ বজাত- বড়ো (ঐচ্ছিক)
২৭ ফেব্ৰুৱাৰী ২০২৫- পুৱা ৯ বজাত- সমাজ বিজ্ঞান
২৮ ফেব্ৰুৱাৰী ২০২৫- পুৱা ৯ বজাত- মণিপুৰী, ছানথালী (ঐচ্ছিক), দুপৰীয়া ১:৩০ বজাত-অসমীয়া (ঐচ্ছিক)
১ মাৰ্চ ২০২৫- পুৱা ৯ বজাত- হিন্দী (ঐচ্ছিক)
২ মাৰ্চ ২০২৫- পুৱা ৯ বজাত- ঐচ্ছিক বিষয়ৰ উচ্চ গণিত, ভুগোল, ইতিহাস, সংস্কৃত, কম্পিউটাৰ বিজ্ঞান, বাণিজ্য, হোম ছায়েন্স, আৰবী, পাৰ্চী, নেপালী
আনফালে ২০২৫ চনৰ ২১ আৰু ২২ জানুৱাৰীত অনুষ্ঠিত হ’ব ব্যৱহাৰিক বিষয়ৰ পৰীক্ষাসমূহ।
লগতে পঢ়ক :Road Accident :ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা খেতিপথাৰত নামিল বাছ