WATCH | HS Results 2025 : উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজলিল নগাঁও ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়

নগাঁও,৩০ এপ্ৰিল : ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিকৰ ফলাফল। উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজলিল নগাঁও ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়।
বিদ্যালয় খনৰ কলা আৰু বিজ্ঞান শাখাত কেইবাজনো ছাত্ৰ ছাত্ৰীয়ে শীৰ্ষ নম্বৰ লাভ কৰে বুলি জানিব দিয়ে ৰামানুজনৰ অধ্যক্ষ দিলীপ বৰাই।
বিদ্যালয় খনৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে ছাত্ৰ ছাত্ৰী সকলৰ লগতে শিক্ষক শিক্ষয়ত্ৰী সকল(HS Results 2025)।
কলা শাখাত দীক্ষিতা ভাগৱতী, বিজ্ঞান শাখাত ঋতিষ শৰ্মা আৰু ডিমলি দেৱীয়ে শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে।
লগতে পঢ়ক : WATCH | Jamugurihat News : উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পুনৰ উজলিল খনামুখ মডেল একাডেমী