Local, Vocal, Global

HS Results: কাইলৈ ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল

নিউজ ডেস্ক,২৯এপ্ৰিল : কাইলৈ ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল।

ঘোষণা হ’ব কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ ফলাফল।

সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে(HS Results)।

পুৱা ৯ বজাত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডে ঘোষণা কৰিব পৰীক্ষাৰ ফলাফল।

এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে ৩০,২৪২০গৰাকী ছাত্ৰ-ছাত্ৰী।

লগতে পঢ়ক : WATCH | Nagaon News :পহলগাম কাণ্ডৰ বিৰুদ্ধে পাকিস্তানী পতাকা ৰাজপথত জ্বলাই প্ৰতিবাদ সাব্যস্ত