HS Final Results: বাণিজ্য শাখাত শীৰ্ষ ১০ টা স্থানত আছে

গুৱাহাটী, ৬ জুন :অৱশেষত বহু জল্পনা-কল্পনাৰ অন্তত আজি ঘোষণা কৰা হ’ল অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল (Assam HS Results 2023)। পুৱা ৯ বজাৰ লগে লগে শিক্ষা সংসদে ঘোষণা কৰিলে পৰীক্ষাৰ ফলাফল (Assam Board Results 2023)। ১১টাকৈ ৱেবছাইটত উপলব্ধ হৈছে পৰীক্ষাৰ ফলাফল।
বাণিজ্য শাখাত শীৰ্ষ ১০ টা স্থানত আছে।
বাণিজ্য শাখাত শীৰ্ষ ১০ টা স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰী সকল-
প্ৰথম স্থানঃ
বৰ্ষা বথ্ৰা ( কেচি দাস কমাৰ্চ কলেজ, কামৰূপ)
সুকন্যা কুমাৰ(মালাবাৰী চিনিয়ৰ চেকেণ্ডাৰী স্কুল, কামৰূপ)
দ্বিতীয় স্থানঃ
জিলিক ছিল ( শংকৰদেৱ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁও)
তৃতীয় স্থানঃ
জাহাংগীৰ আলম চৌধুৰী(পেৰামাউন্ট চিনিয়ৰ চেকেণ্ডাৰী স্কুল, হাইলাকান্দি)
চতুৰ্থ স্থানঃ
সূৰ্য জৈন (চল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়)
পঞ্চম স্থানঃ
কেছিকা জৈন ( দ্ৰৌনাচাৰ্য একাডেমী, বৰপেটা)
ষষ্ঠ স্থানঃ
নন্দিতা দাস( চিকেবি কমাৰ্চ কলেজ, যোৰহাট)
সপ্তম স্থানঃ
স্মৃতি ঠাকুৰ( ৱমেন কলেজ, তিনিচুকীয়া)
অষ্টম স্থানঃ
ঋষিতা শৰ্মা ( চল্ট ব্ৰুক একাডেমী, ডিব্ৰুগড়)
ইউনুছ আনছাৰী(মৰাণ চিনিয়ৰ চেকেণ্ডাৰী স্কুল, ডিব্ৰুগড়)
ৰিফা অন্তৰা আহমেদ(ব্যক্তিগত )
কুনাল জ্যোতি বৈশ্য় ( নলবাৰী কমাৰ্চ কলেজ)
নৱম স্থানঃ
উন্নিতা গোস্বামীল ( শ্ৰীমন্ত শংকৰদেৱ একাডেমী, কামৰূপ)
দশম স্থানঃ
দীপিকা আগৰৱাল (ব্যক্তিগত)
লগতে পঢ়ক : HS Final Results: বিজ্ঞান শাখাত শীৰ্ষ ১০ টা স্থানত আছে