Watch | Horrific road accident in Sipajhar: ছিপাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

ছিপাঝাৰ: ছিপাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনা। মাটি কঢ়িওৱা ডাম্পাৰে মহতীয়ালে প্ৰাত: ভ্ৰমণলৈ অহা মহিলাক। ঘটনাস্থলিতে মৃত্যু হয় মিনাক্ষী বৰুৱা নামৰ এগৰাকী মহিলাৰ। ছিপাঝাৰ-গৰুখুটি পথৰ ভূক্তাবাৰীত সংঘটিত হয় এই দুৰ্ঘটনা। মহিলাগৰাকীক খুন্দিয়াই পথৰ দাঁতিত বাগৰি পৰে মাটিভৰ্তি ডাম্পাৰখন। ঘটনাস্থলীৰ পৰা পলায়ন ডাম্পাৰখনৰ চালকৰ। ডাম্পাৰখনৰ নং AS 13 A,C6841। দুটি সন্তানৰ মাতৃ আছিল মিনাক্ষী বৰুৱা।