Local, Vocal, Global

অৰুণাচলৰ খুনছাত ভয়ংকৰ ঘটনা ! জে’লৰ পৰা পলায়ন দুই দুৰ্ধৰ্ষ উগ্রপন্থী…

ডিজিটেল ডেস্ক:- অৰুণাচলৰ খুনছাত ভয়ংকৰ ঘটনা। নিৰাপত্তাৰ দায়িত্বত থকা IRBN জোৱানক হত্যা কৰি জেলৰ পৰা পলায়ন কৰে দুই উগ্ৰপন্থী।জানিব পৰা মতে,জে’লৰ নিৰাপত্তাৰ দায়িত্বত আছিল জোৱানজন।উগ্রপন্থী সদস্যৰ গুলীত নিহত হোৱা জোৱানজনৰ নাম ৱাংনিয়াম বছাই বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, এটা এ কে ৪৭ ৰাইফলো কাঢ়ি নিয়ে উগ্রপন্থীদ্বয়ে।পলায়ন কৰা উগ্রপন্থী দুটা NSCN(K)ৰ ৰকছন হোমছা আৰু টিপটু কিটন্যা।