Local, Vocal, Global

হোজাই আৰক্ষীৰ জালত ড্ৰাগছসহ চাৰিজন যুৱক

ডিজিটেল ডেস্ক:- হোজাই আৰক্ষীৰ জালত ড্ৰাগছসহ চাৰিজন যুৱক।

গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে ভূঞাপট্টিৰ পৰা আটক কৰে যুৱক কেইজনক।

যুৱক কেইজনৰ লগত জব্দ দহটাকৈ ড্ৰাগছভৰ্ত্তি কণতেইনাৰসহ নগদ ৪৪৫০ টকা।

আটকাধীন যুৱককেইজন ক্ৰমে হুছেইন আলী, ৰচিদুল হক, ছেকবৰ খাঁ আৰু মফিজুল ইছলাম।

জব্দকৃত ড্ৰাগছ সন্দৰ্ভত হোজাই আৰক্ষীৰ তদন্ত অব্যাহত।