Local, Vocal, Global

হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ বৈঠক, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

নিউজ ডেস্ক, ১১ ছেপ্তেম্বৰ : আজি জনতা ভৱনত অনুষ্ঠিত হয় হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) কেবিনেটৰ বৈঠক। বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

অসমৰ দুগ্ধ উৎপাদন বৃদ্ধিৰ লক্ষ্য
দুটা মিল্ক প্ৰছেচিং ইউনিটক ভূমি আৱণ্টন
যোৰহাট আৰু ডিব্ৰুগড়ত ভূমি আৱণ্টন

নতুনকৈ দুখন বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়
প্ৰাগজ্যোতিষ বিশ্ববিদ্যালয় নামেৰে স্থাপন

সাধাৰণ গোচৰ নিষ্পত্তি
৪ লাখ ১৯ হাজাৰ গোচৰ সৰলীকৰণ
প্ৰায় ৩ লাখ গোচৰ নিষ্পত্তিৰ আশা

৩৪ পলিটেকনিক, ৪৩ ITIত শিক্ষাদান টাটাৰ
আন্তগাঁথনি নিৰ্মাণৰ বাবে ৩৬৬ কোটি টকা অনুমোদন

নলবাৰী চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ
অতিৰিক্ত ৩৯৭ কোটি টকা অনুমোদন

দুৰ্যোগ প্ৰশমন বিভাগৰ আগতীয়াকৈ ব্যৱস্থা
৩ শতাংশ ধন থাকিব ৰিক্স ডিডাকচন ফাণ্ডত