Local, Vocal, Global

WATCH | Himanta Biswa Sarma : ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ বাসগৃহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক,২৯জুন : আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ বাসগৃহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

মাতৃহাৰা আছুৰ মুখ্য উপদেষ্টাগৰাকীৰ দুখৰ সমভাগী হয় মুখ্যমন্ত্ৰীগৰাকী(Himanta Biswa Sarma)।

শৰণীয়াৰ বাসগৃহত উপস্থিত হৈ মাতৃ বীণা ভট্টাচাৰ্যৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে।

লগতে পঢ়ক : WATCH | Dead body found : কপিলী নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ