Local, Vocal, Global

WATCH | Himanta Biswa Sarma : ‘জয়ন্ত মল্ল বৰুৱাৰ হয় মইয়ে ক্ষমা খুজিছোঁ ‘

নিউজ ডেস্ক,২৮জুন : ‘জয়ন্ত মল্ল বৰুৱাৰ হয় ময়ো ক্ষমা খুজিছোঁ ‘

‘সাংবাদিকক বেয়াকৈ কোৱাৰ তেওঁৰ অধিকাৰ নাই’

ময়ে কৈ দিম তেওঁক, আপোনালোকক বেয়াকৈ কোৱাৰ তেওঁৰ অধিকাৰ নাই ,

‘সাংবাদিকক যদি জয়ন্ত মল্ল বৰুৱাই বেয়াকৈ কৈছে ,তেন্তে তেওঁ ক্ষমা খোজা উচিত’: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)।

লগতে পঢ়ক: WATCH | Dilip Saikia : ‘সংবাদ মাধ্যমক বেয়া পালেও আমি ভাল পাব লাগিব’