WATCH | Himanta Biswa Sarma : উচ্ছেদক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
নিউজ ডেস্ক,১৯জুন : গোৱালপাৰাত পুনৰ চলিব দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ।
উচ্ছেদক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
‘ইতিমধ্য়ে গোৱালপাৰাৰ হাচিলাবিলত প্ৰথমতো উচ্ছেদ সমাপ্ত হৈছে’।
‘কেইবাবিঘা ভূমিত চলিব দ্বিতীয়টো সৰ্ববৃহৎ উচ্ছেদ অভিযান’।
‘গোৱালপাৰাৰ ৰাক্ষসিনি পাহাৰত চলিব দ্বিতীয়টো সৰ্ববৃহৎ উচ্ছেদ ‘(Himanta Biswa Sarma)।
‘অসমৰ প্ৰকৃতি শেষ কৰি দিছে বেদখলকাৰীয়ে ‘ ।
‘১৫ শ বিঘা মাটিৰ এখন বিল দখল কৰি আছিল বেদখলকাৰীয়ে ‘।
দুই এদিনতে মুখ্যমন্ত্রী যাব উচ্ছেদস্থলীলৈ।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা।
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : মধ্যাহ্ন ভোজনৰ কৰ্মীৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে