Local, Vocal, Global

WATCH | Himanta Biswa Sarma : মধ্যাহ্ন ভোজনৰ কৰ্মীৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে

নিউজ ডেস্ক,১৯জুন : মধ্যাহ্ন ভোজনৰ কৰ্মীৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে।

মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ এতিয়া বাঢ়িব দৰমহা।

ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

যদি কোনোবাই ভাবিছিল মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ চাকৰি যাব বুলি(Himanta Biswa Sarma)।

তেন্তে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৈ ক’লে চাকৰি নাযায় মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ।

দুই এদিনৰ ভিতৰতে দৰমহা বঢ়োওৱা হ’ব কৰ্মচাৰীৰ।

এতিয়াৰে পৰা ৰান্ধনী হ’ব বিলনী।

দৰমহাত কোনো ধৰণৰ ত্রুটি নাথাকে বুলি মুখ্যমন্ত্ৰীয়ে কৰিলে মন্তব্য।

লগতে পঢ়ক : WATCH | Himanta Biswa Sarma :প্রাইভেট হাস্পতালৰ বিৰুদ্ধে কঠোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী