WATCH | Himanta Biswa Sarma :প্রাইভেট হাস্পতালৰ বিৰুদ্ধে কঠোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী
নিউজ ডেস্ক,১৯জুন : প্রাইভেট হাস্পতালৰ বিৰুদ্ধে কঠোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী
টকা লুভীয়া প্রাইভেট হাস্পতাল সাৱধান !
ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকীয়নি।
পইচাৰ বাবে প্রাইভেট হাস্পতালে মৃত্যু হোৱা লোকক ৰাখিব নোৱাৰিব হাস্পতালত।
টকাৰ অভাৱত ৰোগীৰ নশ্বৰদেহ আৱদ্ধ কৰি ৰাখিব নোৱাৰিব ব্যক্তিগত হাস্পতালত।
টকা নথকাৰ বাবেই ৰোগীক অতিৰিক্ত দিন থাকিবলৈ বাধ্য কৰিব নোৱাৰিব।
মৃত্যু হোৱাৰ পিছতো বহু অসম হাস্পতালে ৰাখি থয় ৰোগীক(Himanta Biswa Sarma)।
থানাত ভুক্তভোগী পৰিয়ালে অভিযোগ দিলেই প্রাইভেট হাস্পতালৰ বিৰুদ্ধে লোৱা হ’ব ব্যৱস্থা।
১০২ত ফোন কৰি অভিযোগ দিব পাৰিব ভুক্তভোগী পৰিয়ালে।
প্রাইভেট হাস্পতালক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা।