WATCH | Himanta Biswa Sarma : বিধায়ক ভূৱন পেগুৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
ধেমাজি,১৭জুন : চিলাপথাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। বিধায়ক ভূৱন পেগুৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ।
৩০ মে’ তাৰিখে জোনাই বিধায়ক ভূৱন পেগু পূজনীয়া মাতৃ নিৰ্মলতা পেগু বিয়োগ হোৱাত শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনাবলৈ বিধায়ক গৰাকীৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকী(Himanta Biswa Sarma)।
বিধায়ক গৰাকীৰ ঘৰত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰি বিধায়ক গৰাকীৰ মাতৃ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা লগতে পৰিয়াল বৰ্গৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
মুখ্যমন্ত্ৰীজনক সংগ দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ,মন্ত্ৰী প্ৰশান্ত ফুকন, মন্ত্ৰী ৰণোজ পেগু,সাংসদ প্ৰদান বৰুৱাৰ লগতে কেইবাজনো শীৰ্ষ দলীয় নেতাই।
লগতে পঢ়ক : WATCH | Chapar News : এখন দলঙৰ অভাৱত যাতায়তৰ ক্ষেত্ৰত জমৰ যাতনা ভুগিব লগীয়া হৈছে এখন গাঁৱৰ ৰাইজে