Local, Vocal, Global

WATCH | Himanta Biswa Sarma : শিৱসাগৰৰ ভটীয়াপাৰৰ বিস্ফোৰণস্থলীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

শিৱসাগৰ,১৭জুন : নিশা শিৱসাগৰৰ ভটীয়াপাৰৰ বিস্ফোৰণস্থলীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷

নিশা ভটীয়াপাৰৰ বনগাওঁ বিদ্যালয়ৰ আশ্ৰয় শিবিৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷

আশ্ৰয় শিবিৰৰ ক্ষতিগ্ৰস্তৰ সমস্যাৰ বুজ ল’লে মুখ্যমন্ত্ৰী গৰাকীয়ে(Himanta Biswa Sarma)৷

ক্ষতিগ্ৰস্ত পৰিয়ালৰক উপযুক্ত ক্ষতিপূৰণৰ আশ্বাস দিয়াৰ লগতে মৃতকৰ পৰিয়ালক সম্পূৰ্ণ ক্ষতিপূৰণৰ আশ্বাস ৷

বিতৰ্কীত এচ কে পেট্ৰ নামৰ অনা-অসমীয়া প্ৰতিস্থানটোৰ বিৰুদ্ধে তদন্ত ঘোষণা ৷

নিগমৰ শীৰ্ষ বিষয়াৰে যোগাযোগত থকাৰ কথা ঘোষণা ৷

মঙলবাৰৰ পৰা ৰিগ বিস্ফোৰণৰ আপডেট লগত ৰাখিব মুখ্যমন্ত্ৰীয়ে ৷

প্ৰয়োজনত প্ৰধানমন্ত্ৰীৰে আলোচনা কৰাৰ কথা ঘোষণা ৷

জিলা আয়ুক্তক পৰীক্ষাৰ সময়সূচী সলনিৰে ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীক সকাহ দিবলৈ নিৰ্দেশ ৷

ভুক্তভোগীৰ লগত ক্ষতিগ্ৰস্ত পৰিয়ালৰ মুখ্যমন্ত্ৰীৰ মত বিনিময় ৷

এই পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীৰ সৈতে বিধায়ক অখিল গগৈ, বিধায়ক সুশান্ত বৰগোহাই উপস্থিত থাকে ৷

লগতে পঢ়ক : WATCH | Kaliabor News : কলিয়াবৰত মুকলি সাইনাথ নামৰ নাৰ্চাৰী