WATCH | Himanta Biswa Sarma :’NRCত নাম থাকিলেও এৰিব লাগিব ৰাজ্য’
নিউজ ডেস্ক,১১জুন : ‘NRCত নাম থাকিলেও এৰিব লাগিব ৰাজ্য’
‘NRCত চলে বলে কৌশলে বহু সন্দেহযুক্ত লোকৰ নাম সোমাইছে’
NRCক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ মন্তব্য(Himanta Biswa Sarma)
‘অসমৰ NRCত ভুৱা তথ্য সোমোৱাবলৈ আমেৰিকা লণ্ডনত ট্ৰেইনিং লৈছিল একাংশ যুৱকে’
লগতে পঢ়ক : WATCH | Chapar News : অৱশেষত চাপৰ আৰক্ষীৰ জালত ছাদ্দাম আলী নামৰ এজন অভিযুক্ত