WATCH | Himanta Biswa Sarma :‘শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাটো আইনীভাৱে ভুল নহয়’
নিউজ ডেস্ক,,২১মে’ : আজি দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিত কেবিনেট বৈঠক।
মঙলবাৰে অৰ্থাৎ ২০ মে’ ত দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ কনভেনচনেল হলত মুখ্যমন্ত্ৰীৰ উপস্থিতিত আৰক্ষী অধীক্ষক সন্মিলন অনুষ্ঠিত হয় ৷ বুধবাৰে পুৱা ১০ বজাৰ পৰা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী সকলৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়(Assam Cabinet Meeting)।
বৈঠকত অন্তত মুখ্যমন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰে । সংবাদমেলত মুখ্যমন্ত্ৰী কয় যে, ‘শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাটো আইনীভাৱে ভুল নহয়,যি ধাৰা আৰোপ কৰা হৈছে, তেনে আছামীক হেণ্ডকাফ লগোৱাটো আৰক্ষীৰ দায়িত্ব(Himanta Biswa Sarma)। কিন্তু তেওঁ পলাই যোৱাৰ সম্ভাৱনা নাই বাবে হেণ্ডকাফ নলগাবলৈ মই SPক নিৰ্দেশ দিছোঁ।”
লগতে পঢ়ক : WATCH | Assam Cabinet Meeting: দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিত কেবিনেট বৈঠক