WATCH | Himanta Biswa Sarma : ‘গৌৰৱ গগৈয়ে পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিছে’
নিউজ ডেস্ক,১৮মে’ : ‘গৌৰৱ গগৈয়ে পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিছে’
‘বিদেশলৈ যোৱা সজাতি দলত গৌৰৱ গগৈক লব নালাগে’
‘গৌৰৱ গগৈৰ পত্নীও ISI ৰ লগত সম্পৰ্ক থকা ব্যক্তি’
তেনে ব্যক্তিক এনে কামত পঠাব নালাগে : হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)
লগতে পঢ়ক : WATCH | Gaurav Gogoi : ‘মই ভয় খোৱা নাই,মই শংকিত হোৱা নাই’