Local, Vocal, Global

WATCH | Himanta Biswa Sarma : চাপৰত নিৰ্মাণ হ’ব তাপ বিদ্যুৎ প্ৰকল্প

নিউজ ডেস্ক,১৫মে’ : চাপৰত নিৰ্মাণ হ’ব তাপ বিদ্যুৎ প্ৰকল্প

এই তাপ বিদ্যুৎ প্ৰকল্পৰ দ্বাৰা ১০ হাজৰতকৈ অধিক নৱ প্ৰজন্মক সংস্থাপন দিব বিজেপি চৰকাৰে

বিলাসীপাৰাৰ চৰুৱা বাখৰাত উপস্থিত হৈ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ৰ্শমাৰ(Himanta Biswa Sarma)

লগতে পঢ়ক : WATCH | Rajnath Singh : জম্মু-কাশ্মীৰত উপস্থিত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং